গৰু বিক্ৰীৰে আৰম্ভণি, বিদায়ৰ মুহূৰ্তত শ্ৰীজেশৰ কিমান যে কি!

দেউতাকে গৰু বিক্ৰী কিনি দিছিল প্ৰথম কিট৷ আজি ৪০ কোটিৰো অধিক সম্পদৰ গৰাকী সেই খেলুৱৈ৷ এয়া শ্ৰীজেশৰ কাহিনী৷ ভাৰতীয় হকী দলৰ নিৰ্ভৰযোগ্য গ’লকীপাৰ পি আৰ শ্ৰীজেশ৷ খেলৰ প্ৰতি ভাল পোৱা, একাগ্ৰতা, নিষ্ঠাই এজন খেলুৱৈক সাধাৰণ স্তৰৰ পৰা কিদৰে নায়কত পৰিণত কৰিব পাৰে, তাৰ অন্যতম উদাহৰণ ভাৰতীয় হকী দলৰ এই সদ্য-অৱসৰী খেলুৱৈগৰাকী৷ পেৰিছৰ অনেক বিষাদৰ মাজতো […]
নীৰজক হৰুওৱা নাদিমৰ গুৱাহাটীৰে সম্পৰ্ক

নীৰজক চোপ্ৰাৰ লগতে ১৫০ কোটি ভাৰতীয়ৰ স্বপ্ন ভংগ কৰি জেভলিনত অলিম্পিক ৰেকৰ্ড গঢ়া পাকিস্তানৰ আৰ্শ্বাদ নাদিমৰ গুৱাহাটীৰ সৈতে আছে আৱেগিক সম্পৰ্ক৷ অলিম্পিকৰ স্বৰ্ণ পদক অৰ্জনৰ পাছত নাদিমে নিজে ল’লে গুৱুহাটীৰ নাম৷ এৰা—এই গুৱাহাটীতেই আৰম্ভ হৈছিল নাদিমৰ আন্তৰ্জাতিক কেৰিয়াৰৰ যাত্ৰা৷ ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীত হৈছিল ছাফ গেমছ৷ ছাউথ এছিয়ান ফেডাৰেশ্যন গেমছৰ জেভলিন থ্ৰ’তেই জীৱনৰ প্ৰথম […]
