DeshToday Assamese

কামাখ্যা মন্দিৰত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধে

কামাখ্যা মন্দিৰত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ ৷ সিন্ধে মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ পূৰ্বে কামাখ্যাত পূজা সিন্ধেৰ ৷ মঙ্গলবাৰে নিশা গুৱাহাটীত উপস্থিত হৈছিল মুখ্যমন্ত্ৰীজন ৷

গুৱাহাটীৰ চানমাৰীত উৰণ সেঁতুৰ খুঁটাৰ গাঁত খান্দোতে খহি পৰিল পথ

গুৱাহাটীৰ চানমাৰীত উৰণ সেঁতুৰ খুঁটাৰ গাঁত খান্দোতে খহি পৰিল পথ ৷ পথ খহাৰ ফলত সৃষ্টি ব্যাপক যান-জঁটৰ ৷ শিল বালিৰে খহি পৰা পথ পোতাৰ চেষ্টা শ্ৰমিকৰ ৷ উৰণ সেঁতুৰ কাম কৰাৰ অনুমতি আছে নিশাৰ ভাগতহে ৷ কিন্তু ব্যস্ত পথটোত কাম চলিছে দিন-দুপৰতো ৷

নীৰজক হৰুওৱা নাদিমৰ গুৱাহাটীৰে সম্পৰ্ক

নীৰজক চোপ্ৰাৰ লগতে ১৫০ কোটি ভাৰতীয়ৰ স্বপ্ন ভংগ কৰি জেভলিনত অলিম্পিক ৰেকৰ্ড গঢ়া পাকিস্তানৰ আৰ্শ্বাদ নাদিমৰ গুৱাহাটীৰ সৈতে আছে আৱেগিক সম্পৰ্ক৷ অলিম্পিকৰ স্বৰ্ণ পদক অৰ্জনৰ পাছত নাদিমে নিজে ল’লে গুৱুহাটীৰ নাম৷ এৰা—এই গুৱাহাটীতেই আৰম্ভ হৈছিল নাদিমৰ আন্তৰ্জাতিক কেৰিয়াৰৰ যাত্ৰা৷ ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীত হৈছিল ছাফ গেমছ৷ ছাউথ এছিয়ান ফেডাৰেশ্যন গেমছৰ জেভলিন থ্ৰ’তেই জীৱনৰ প্ৰথম […]

অসমৰ সৈতে ৰতন টাটাৰ আছিল আত্মিক সম্পৰ্ক

অসমৰ সৈতে ৰতন টাটাৰ আছিল আত্মিক সম্পৰ্ক। অসমৰ বানাক্ৰান্তৰ পৰা কৰ্কট ৰোগীলৈ…কাৰ কথা ভবা নাছিল ৰতন টাটাই। নিজৰ উপাৰ্জনৰ ৬৫ শতাংশই দান দিয়া মানুহজনে অসমৰ সৈতে গঢ়ি তুলিছিল এক আত্মিক সম্পৰ্ক।

ভাৰতৰ মাটি দখল কৰিলে হেনো বাংলাদেশে

আচৰিত নহ’ব। ভাৰতৰ মাটি দখল কৰিলে হেনো বাংলাদেশে। ১-২ কিঃমিঃ নহয়, সম্পূৰ্ণ ৫ কিঃমিঃ ভাৰতৰ ভূখণ্ড নিজৰ দখললৈ নিছে গৃহযুদ্ধৰ কৱলত ককবকাই থকা বাংলাদেশে। ভাৰতৰ মাটি দখলৰ এই উদ্ভট দাবী কৰিছে বাংলাদেশৰ সীমান্তৰক্ষী বিজিবিয়ে। ইয়াৰ বিপৰীতে ভাৰতৰ ভূখণ্ড সম্পূৰ্ণৰূপে সুৰক্ষিত বুলি দাবী কৰিছে ভাৰতৰ সীমান্তৰক্ষী BSFএ। উল্লেখ্য যে ভাৰতৰ দখলত থকা মহেশপুৰ উপ-জিলাৰ মাটিলা সীমান্তৰ […]